Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাট সমষ্টিৰ চতুৰ্থ ৰাউণ্ডৰ ফলাফল :

গোলাঘাট সমষ্টিৰ চতুৰ্থ ৰাউণ্ডৰ ফলাফল :

গোলাঘাট সমষ্টিৰ চতুৰ্থ ৰাউণ্ডৰ ফলাফল : গোলাঘাট ,২৩ মে’ : পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা লোকসভা নিৰ্বাচনৰ গোলাঘাট সমষ্টিৰ ভোটগণনা ইতিমধ্যে চতুৰ্থ ৰাউণ্ড অতিক্ৰম কৰিছে। সেই অনুসৰি সমষ্টিটোত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ১৫৩৬৭ টা ভোট লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদৰ মণি মাধৱ মহন্তই ১৩৭৫৩ টা ,নেশ্যনেল পিপুলছ্ পাৰ্টীৰ আব্দুল আজিছে ১৪৮ টা, হিন্দুস্তান নিৰ্মাণ ৰ দিগন্ত কুমাৰ শইকীয়াই ১৭৭ টা ,অসম জন মৰ্চাৰ হাৰিকুল ইছলাম ভূঞাই ৬৫ টা , স্বতন্ত্ৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা জিতেন গগৈ আৰু ভাস্কৰ শৰ্মাই ৩৭৬ টা আৰু ১০৪ টাকৈ ভোট লাভ কৰিছে।

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *