Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / সাহিত্য / গ্ৰন্থ উন্মোচনী সভা

গ্ৰন্থ উন্মোচনী সভা

 

 

ষ্টাফ ৰিপৰ্টাৰ।।।।।,,,,২৪ ডিচেম্বৰ।।।লেখিকা তন্দ্ৰালী মূৰ্ছনাৰ” “ত্ৰিবেণী সংগম’ শীৰ্ষক গ্ৰন্থখনি ৰবিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। গল্প, প্ৰবন্ধ, কবিতা, সংমিশ্ৰণ কৰি এশ টা লেখা প্ৰকাশ পোৱা উক্ত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা জনপ্ৰিয় ঔপন্যাসিক মনিকুন্ততা ভট্টাচাৰ্য, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উপ- সচিপ ধৰণী গোস্বামী, কন্ঠশিল্পী জিনা ৰাজকুমাৰী, বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজ চেনেলৰ ঘোষিকা মন মৰমী মহন্ত, বৰ্ণালী আলোচনীৰ মুখ্য সম্পাদক মুনজ্যোতি শইকীয়া, আৰ জে সুজিতা, শিল্পী সোনমনি দত্তই। তিনিটা বিষয়বস্তুৰ সমাহাৰ ঘটা উক্ত গ্ৰন্থখনক লৈ আশাবাদী লেখিকাৰ লগতে বিশিষ্ট ব্যক্তিসকল।

 

About Staff Reporter

চাব পাৰে

দিকচৌ বাটৰ সপোন’ শীৰ্ষক গল্প পুথি উন্মোচন

  ষ্টাফ ৰিপোৰ্টাৰ।।।।৮ ডিচেম্বৰ।।।।” চুটিগল্পৰ ধাৰণা প্ৰাচ্যত্ত সাহিত্যৰ পৰা আহিছে। বাংলা সাহিত্যতো চুটিগল্প আছে আৰুঅসমীয়া …

Leave a Reply

Your email address will not be published. Required fields are marked *