Monday , November 18 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / গ্ৰাম্য জীৱনৰ কাহিনীৰে আহি আছে চুটি ছবি “মই ভাগৰা নাই”

গ্ৰাম্য জীৱনৰ কাহিনীৰে আহি আছে চুটি ছবি “মই ভাগৰা নাই”

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,।।। ১৭ জুন, গ্ৰাম্য জীৱনৰ এক সংগ্ৰামৰ কাহিনীৰে ভৰপূৰ ইউটিউব চেনেল” পেৰেডাইজ থ্ৰী এ.এম’ৰ এখন আহিবলগীয়া চুটি ছবি” মই ভাগৰা নাই”। নৱ প্ৰজন্মৰ লেখক আশীষ ৰঞ্জন দাসৰ কাহিনীৰে চুটি ছবিখনৰ নিৰ্দেশনা কৰিছে প্ৰাণজিৎ দাসে। ৰঞ্জন হাজৰিকা, কাবেৰী কৃষ্ণা, শিখা ঠাকুৰীয়া আদিয়ে অভিনয় কৰা ছবিখন প্ৰযোজনা কৰিছে আবিদ আহমেদে।

About Staff Reporter

চাব পাৰে

প্ৰতিঘাট” ৰ পোষ্টাৰ আৰু গীত মুকলি

  ষ্টাফৰিপৰ্টাৰ, ৩০ অক্টোবৰ : শ্ৰদ্ধাঞ্জলি কাননত মঙলবাৰে অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে মুক্তি লাভ …

Leave a Reply

Your email address will not be published. Required fields are marked *