Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গ্ৰাহকৰ সুবিধাৰ্থে এছ বি আইৰ ৰ আন এক নতুন সংযোজন

গ্ৰাহকৰ সুবিধাৰ্থে এছ বি আইৰ ৰ আন এক নতুন সংযোজন

ষ্টাফৰিপৰ্টাৰ, ১৫ মাৰ্চ, গ্ৰাহকৰ সুবিধাৰ্থে এছ বি আইৰ ৰ আন এক নতুন সংযোজন সেৱা আৰম্ভণি হ’ল। এতিয়াৰ পৰা এ টি এম কাৰ্ড নোহোৱাকৈ এ টি এম ৰ ধন পৰা উলিয়াব পাৰিব গ্ৰহকে। মোবাইল এপযোগে টকা উলিয়াব পাৰিব গ্ৰাহকে।
‘য়ুন’ কেচ এপ (YONO Cash App) ৰ জৰিয়তে গ্ৰহকে এই সুবিধা লাভ কৰিব। নেট বেংকিং (Net banking) ৰে সংযোগ কৰিব লাগিব এই এপটো।তাৰ পিছতহে এ টি এম ৰ পৰা উলিয়াব পাৰিব ধন। এদিনত গ্ৰাহকে ২০ হাজাৰ টকা পৰ্যন্ত উলিয়াব পাৰিব ।

About Staff Reporter

চাব পাৰে

ট্ৰেক এণ্ড টেলৰ ‘ইণ্টেলিপ্লে এক্সট্ৰিম” এপ মুকলি

  ষ্টাফৰিপৰ্টাৰ: ১৯ আগষ্ট : ভেহিকল ট্ৰেকিং সঁজুলি নিৰ্মাণ কৰি অহা অগ্ৰণী আই অ’ টি …

Leave a Reply

Your email address will not be published. Required fields are marked *