Tuesday , November 12 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ঘগ্ৰাপাৰত কনমানী শিশুৰ মৃত্যু

ঘগ্ৰাপাৰত কনমানী শিশুৰ মৃত্যু

👉ঘগ্ৰপাৰত কনমানী শিশুৰ মৃত্যু
👉 পানী ভৰ্তি বাল্টিয়ে কাল হল শিশুটিৰ
👉গাওঁখনত শোকৰ পৰিবেশ

নলবাৰীৰ ঘগ্ৰাপাৰৰ শকতা গাৱত শোকাবহ ঘটনা সংঘটিত হৈছে । জানিব পৰা মতে জেবিকা জান্নাত নামৰ এটি কনমানি শিশু
ৰাতিপুৱা ১০ বজাত ঘৰত আম খায় হাত ধুবলৈ যোৱাৰ সময়তে বাথৰুমত থকা এটা পানী ভৰ্তি বাল্টি টোৰ ভিতৰত মূৰটো সোমাই দিওঁতে ৷উবুৰি খাই এই কনমানী শিশুটি মৃত্যুৰ মুখত পৰে ৷ এই মৰ্মান্তিক ঘটনাই সমগ্ৰ গাওঁখনত শোকৰ পৰিবেশ সৃষ্টি কৰিছে ।

About Staff Reporter

চাব পাৰে

দিল্লীলৈ গোপনে নিয়া হ’ল ইউ এন এল এফ ৰ অধ্যক্ষ ৰাজকুমাৰ মেঘেনক

  ষ্টাফৰিপৰ্টাৰ, ১২ নৱেম্বৰ : দিল্লীলৈ গোপনে নিয়া হ’ল ইউ এন এল এফ ৰ অধ্যক্ষ …

Leave a Reply

Your email address will not be published. Required fields are marked *