Saturday , March 23 2019
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত বিমান সেৱা

ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত বিমান সেৱা

 

ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী, ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত বিমান সেৱা। ১৪খন বিমানৰ যাত্ৰা বাতিল কৰাৰ লগতে ৬৮খন বিমানৰ যাত্ৰাত বিলম্ব। কেইবাদিনো ধৰি কুঁৱলীৰ বাবে ব্যাহত হৈ আহিছে ৰে’ল আৰু বিমান সেৱা।

About Staff Reporter

চাব পাৰে

পঞ্চভূতত বিলীন হ’ল মনোহৰ পাৰিকৰ

ষ্টাফৰিপৰ্টাৰ, ১৮ মাৰ্চ, পঞ্চভূতত বিলীন হ’ল মনোহৰ পাৰিকৰৰ নশ্বৰ দেহ। সোম বাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে পাৰিকৰৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *