Monday , February 17 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / চতুৰ্থ চাউথ এছিয়ান কাৰাটে ডো চেম্পিয়নশ্বিপ (২০২০)ত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সন্মান লাভ

চতুৰ্থ চাউথ এছিয়ান কাৰাটে ডো চেম্পিয়নশ্বিপ (২০২০)ত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সন্মান লাভ

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,,,১৯ জানুৱাৰী:চতুৰ্থ চাউথ এছিয়ান কাৰাটে ডো চেম্পিয়নশ্বিপ ২০২০ ত ভাৰতে সৰ্বশ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।নেপাল,ভাৰত,ভূটান,শ্ৰীলংকা আৰু পাকিস্তানৰ তিনি শতাধিক খেলুৱৈ সমৃদ্ধ আন্তৰ্জাতিক খেলখনত সৰ্বশ্ৰেষ্ঠ সন্মান লাভ কৰে ভাৰতে।দ্বিতীয় সন্মান লাভ কৰে নেপাল আৰু তৃতীয় সন্মান লাভ কৰে ভূটানে।উল্লেখ্য যে খেলো ইণ্ডিয়াৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ আধিপত্য অৰ্জন কৰে।

About Staff Reporter

চাব পাৰে

মধ্য কামৰূপ ফুটবলত মলং এফ চি ছেমিফাইনেলত

*মধ্য কামৰূপ ফুটবলত মলং এফ চি ছেমিফাইনেলত* প্ৰতিবেদক, ৰঙিয়া, ৩ নৱেম্বৰ : মধ্য কামৰূপ ক্ৰীড়া …

Leave a Reply

Your email address will not be published. Required fields are marked *