Monday , June 17 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / চলচ্চিত্ৰ নিৰ্মাতা মৃণাল সেনৰ মৃত্যু

চলচ্চিত্ৰ নিৰ্মাতা মৃণাল সেনৰ মৃত্যু

 

ষ্টাফৰিপৰ্টাৰ, ৩০ ডিচেম্বৰ,চলচ্চিত্ৰ নিৰ্মাতা মৃণাল সেনৰ মৃত্যু।
কলকাতাৰ ভৱানীপুৰৰ বাসগৃহত ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মৃণাল সেনে । দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল কেইবাখনো বহুল সমাদৃত ছবিৰ নিৰ্মাতা মৃণাল সেন। ২০০৫ চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত হৈছিল সেন। লাভ কৰিছিল দাদা ছাহেব ফাল্কে বঁটাও। সেনৰ কেইখনমান ছবি হ’ল ৰাতভোৰ, নীল আকাশেৰ নীচে, বাইশে শ্ৰাৱন, আমাৰ ভুৱন আদি। ‘আমাৰ ভুৱন’ আছিল সেনৰ অন্তিমখন ছবি।

About Staff Reporter

চাব পাৰে

মনিপুৰী সংগীত পৰিচালকৰ ৰূপত অসমৰ প্ৰচাৰ বিমুখ প্ৰতিভাবান যুৱ বাদ্যশিল্পী দ্বীজেন বৈশ্য

মনিপুৰী সংগীত পৰিচালকৰ ৰূপত অসমৰ প্ৰচাৰ বিমুখ প্ৰতিভাবান যুৱ বাদ্যশিল্পী দ্বীজেন বৈশ্য। পঙ্কজ নাথ, চাংসাৰি, …

Leave a Reply

Your email address will not be published. Required fields are marked *