Monday , June 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / চাওতাল সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে

চাওতাল সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে

 

 

 

ষ্টাফৰিপৰ্টাৰ, ৫ জানুৱাৰী, চাওতাল সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল নিৰ্মাণৰ কাম হাতত ল’ব। ইয়াৰ বাবে ১ কোটি টকা প্ৰদান কৰিব চৰকাৰে। ঢেকীয়াজুলিৰ কাৱৈমাৰীত অনুষ্ঠিত চাওতাল ছাত্ৰ সন্থাৰ একাদশ বাৰ্ষিক অধিৱেশনত ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। চাওতালসকলৰ জনজাতিকৰণ সন্দৰ্ভতো আলোচনা কৰা হ’‍ব বুলি আশ্বাস। অচিৰে চাওতাল সমাজৰ সৈতে চৰকাৰে অনুষ্ঠিত কৰিব বৈঠক। জনগোষ্ঠীটোৰ ভূমিহীন লোকসকলক ভূমি পট্টা প্ৰদানৰো আশ্বাস মুখ্যমন্ত্ৰীৰ।

About Staff Reporter

চাব পাৰে

এন আৰ চি ৰ কৰ্মীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া আভিজিত শৰ্মাৰ

  ষ্টাফৰিপৰ্টাৰ, ১৫ জুন,এন আৰ চি ৰ কৰ্মীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আভিজিত শৰ্মাই। …

Leave a Reply

Your email address will not be published. Required fields are marked *