Friday , October 18 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত শ্বেখ হাছিনা

চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত শ্বেখ হাছিনা

 

ষ্টাফৰিপৰ্টাৰ, ৩ অক্টোবৰ : চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ৫ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব শ্বেখ হাছিনাই। ভাৰত–বাংলাদেশ দ্বিপাক্ষিক চুক্তিক লৈ দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা হ’ব।

About Staff Reporter

চাব পাৰে

ৰাষ্ট্রপতিৰ অভিভাষণত গুৰুত্ব পালে এন আৰ চি প্ৰসংগই

  ষ্টাফৰিপৰ্টাৰ, ২০ জুন, সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্রপতিৰ অভিভাষণত গুৰুত্ব পালে এন আৰ চি প্ৰসংগই। …

Leave a Reply

Your email address will not be published. Required fields are marked *