Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / চিত্ৰশিল্পী নীলপৱন বৰুৱা অসুস্থ

চিত্ৰশিল্পী নীলপৱন বৰুৱা অসুস্থ

 

ষ্টাফৰিপৰ্টাৰ,৫ জানুৱাৰী, চিত্ৰশিল্পী নীলপৱন বৰুৱা অসুস্থ। মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বৰুৱাক। জ্বৰ, ভৰিৰ বিষত আক্ৰান্ত হৈছে শিল্পীগৰাকী। বিয়লি ৩ বজাৰ পৰা চিকিৎসাধীন হৈছে হাস্পতালখনত।‍

About Staff Reporter

চাব পাৰে

প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে

    ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ …

Leave a Reply

Your email address will not be published. Required fields are marked *