Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / চিনেমাৰ টিকটৰ জি এছ টি ১২ শতাংশলৈ হ্ৰাস

চিনেমাৰ টিকটৰ জি এছ টি ১২ শতাংশলৈ হ্ৰাস

 

ষ্টাফৰিপৰ্টাৰ, ২২ ডিচেম্বৰ, চিনেমাৰ টিকটৰ জি এছ টি ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে।১০০ টকাৰ অধিক মূল্যৰ টিকটৰ জি এছ টি ১৮ শতাংশলৈ হ্ৰাস।কম্পিউটাৰ, ৩২ ইঞ্চিৰ টিভিৰ স্ক্ৰীণ, টায়াৰৰ ১৮ শতাংশলৈ হ্ৰাস।
১৮ শতাংশলৈ হ্ৰাস পাৱাৰ বেংকৰ জি এছ টি।
গাড়ীৰ পাৰ্টছৰ জি এছ টি ১৮ শতাংশলৈ হ্ৰাস। খেলা সামগ্ৰীৰো জি এছ টি ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস। বিশেষভাৱে সক্ষম লোকে ব্যৱহাৰ কৰা সামগ্ৰীৰো জি এছ টি হ্ৰাস।
নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত জি এছ টি কাউঞ্চিলৰ বৈঠক অনুষ্ঠিত।
বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এই বৈঠক। ২৮ শতাংশৰ জি এছ টি স্তৰত আছিল ৩৪ বিধ সামগ্ৰী। ইয়াৰে ৬ বিধ সামগ্ৰীৰ জি এছ টি ১৮ শতাংশলৈ হ্ৰাস।

About Staff Reporter

চাব পাৰে

অভিনেত্ৰী প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়টাৰৰ প্ৰতাৰণা : মাজুলীত বৰদৈচিলা থিয়েটাৰক নিষিদ্ধ ঘোষণা

অভিনেত্ৰী প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়টাৰৰ প্ৰতাৰণা :অভিনেত্ৰীক প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠিল সন্মিলিত শিল্পী সমাজ মাজুলী …

Leave a Reply

Your email address will not be published. Required fields are marked *