Sunday , December 15 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / চিৰসেউজ অভিনেতা বিজু ফুকনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

চিৰসেউজ অভিনেতা বিজু ফুকনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

 

ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ :
চিৰসেউজ অভিনেতা বিজু ফুকনৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী।দুটা বছৰহে পাৰ হৈ হ’ল চিৰসেউজ অভিনেতা বিজু ফুকনেপাৰ্থিৱ জীৱন এৰি যোৱাৰ। কিন্তু এই কম সময়তে সকলোৱে পাহৰি পেলালে অসমীয়া ছবিৰ মহাতাৰকাজনক। আজি দ্বিতীয় মৃত্যুবাৰ্ষিকীত তেওঁক মনত পেলালে কেৱল পৰিয়াল বৰ্গ আৰু বন্ধু বৰ্গই।

About Staff Reporter

চাব পাৰে

প্ৰতিঘাট” ৰ পোষ্টাৰ আৰু গীত মুকলি

  ষ্টাফৰিপৰ্টাৰ, ৩০ অক্টোবৰ : শ্ৰদ্ধাঞ্জলি কাননত মঙলবাৰে অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে মুক্তি লাভ …

Leave a Reply

Your email address will not be published. Required fields are marked *