Tuesday , February 19 2019
Home / আঞ্চলিক / চিৰাখুন্দি মাদ্ৰাছাৰ সমূহীয়া ইফটাৰত অংশগ্ৰহণ হাগ্ৰামা মুহিলাৰী

চিৰাখুন্দি মাদ্ৰাছাৰ সমূহীয়া ইফটাৰত অংশগ্ৰহণ হাগ্ৰামা মুহিলাৰী

চিৰাখুন্দি মাদ্ৰাছাৰ সমূহীয়া ইফটাৰত অংশগ্ৰহণ হাগ্ৰামা মুহিলাৰী

ৰঙিয়াৰ পৰা তুলতুল আহমেদ

পৱিত্ৰ ৰমজান মাহৰ ইছলাম ধৰ্মীয় লোকৰ এক পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান উপলক্ষে আজি চিৰাখুন্দি মাদ্ৰাছা প্ৰাঙ্গণত গোৰেশ্বৰ ব্লক বিপিএফ আৰু সংখ্যালঘুচেলৰ উদ্যোগত ঈদগাহত সমূহীয়া ইফতাৰৰ আয়োজন কৰে। এই ইফতাৰত অংশগ্ৰহণ কৰে বিটিচিৰ মুৰব্বী হাগ্ৰামা মুহিলাৰী, বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ বড়ো, ই. এম মহেশ্বৰ বসুমতাৰী, বিপিএফৰ কেন্দ্ৰীয় কমিটীৰ সম্পাদক প্ৰবীন বড়ো, আৰু বিশিষ্ট অতিথি সকলে ইফতাৰ ত ভাগ লয় ইফটাৰৰ পূৰ্বে মুখ্য অতিথি তথা বিটিচিৰ মুৰব্বী হাগ্ৰামা মুহিলাৰীয়ে কয় যে,আমি সকলোৱে এই পবিত্ৰ ৰমজান মাহত ভাতৃত্ববোধ অটুট ৰাখি শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে।অনাগত দিনত অসমৰ লগতে বিটিএডি যাতে সকলো সময়তে শান্তি বিৰাজ থাকে তাৰ বাবে আমি সকলোৱে চেষ্টা ৰাখিব লাগে। আগন্তুক এনআৰচিৰ বাবে আমি সকলোৱে কাম কৰি যাব লাগে ৷

About Staff Reporter

চাব পাৰে

জম্মুত সেনাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ।

জম্মুত সেনাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ। ষ্টাফ ৰিপোৰ্টৰ–16ফেব্ৰুৱাৰী—- পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনা জোৱানৰ ওপৰত কৰা …

Leave a Reply

Your email address will not be published. Required fields are marked *