Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / চুকাফা দিৱসত উজ্বলিল গড়গাওঁৰ ৰাজকাৰেং

চুকাফা দিৱসত উজ্বলিল গড়গাওঁৰ ৰাজকাৰেং

চুকাফা দিৱসত উজ্বলিল গড়গাওঁৰ ৰাজকাৰেং
ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ২ ডিচেম্বৰ
বীৰ লাচিত সেনা অসম শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নাজিৰা মহকুমা সমিতি ৰ সহযোগত গড়গাঁও ৰ কাৰেংঘৰত চ্যুকাফা দিৱস তথা অসম দিৱস উপলক্ষে বন্তি প্ৰজ্বলন কৰা হয় |
অনুস্থানটোত মূখ্য প্ৰজ্বলক হিচাপে উপস্থিত থাকে নাজিৰাৰ বিশিষ্ট সমাজকৰ্মী গোপাল বৰুৱা | ইয়াৰোপৰি আজিৰ এই অনুস্হানত উপস্থিত থাকে বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাকে প্ৰমুখ্যকৰি নাজিৰা মহকুমা সমিতিৰ অন্তৰ্গত নাজিৰা আঞ্চলিক সমিতি,গেলেকী আঞ্চলিক সমিতি, শিমলুগুৰি আঞ্চলিক সমিতি ৰ সকলো বিষয়ববীয়া আৰু সদস্য সকল |
মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *