Tuesday , January 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / “চুপাৰহিট ৰত্নাকৰ”: অসমীয়া বোলছবি ইতিহাসত গঢ়িলে নতুন অভিলেখ

“চুপাৰহিট ৰত্নাকৰ”: অসমীয়া বোলছবি ইতিহাসত গঢ়িলে নতুন অভিলেখ

অসমীয়া বোলছবি ইতিহাসত ৰত্নাকৰে গঢ়িলে নতুন অভিলেখ |
ষ্টাফ ৰিপৰ্টাৰ : যেন ঘূৰি আহিছে অসমীয়া ছবি সোণালী অতীত। কাঞ্চনজংঘা’ৰ ‘ৰ পিছতে মুক্তি লাভ কৰা যতীন বৰাৰ ৰত্নাকৰে বক্স অফিচত ৰচিছে অভিলেখ। জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ প্ৰথম দিনৰ ৪০ লাখৰ অভিলেখ ভংগ কৰি ৰত্নাকৰে ৪১ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয় মুক্তিৰ প্ৰথম দিনা |
নিশ্চয়কৈ এয়া অসমীয়া বোলছবি জগতৰ বাবে সুখবৰ। আশা কৰা হৈছে পৰৱৰ্ত্তী দিনকেইটাতো এই ধাৰা অব্যাহত থাকিব |

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটৰ টুপীয়াত গণৰাজ্য দিৱসত বিধায়ক পদ্মই সম্বৰ্ধনা জনালে বয়োজেষ্ঠক

#জামুগুৰিহাটৰ টুপীয়াত গণৰাজ্য দিৱসত বিধায়ক পদ্মই সম্বৰ্ধনা জনালে বয়োজেষ্ঠক৷ #হলি চাইল্ড ইংলিচ স্কুলতো উদযাপন গণৰাজ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *