Tuesday , November 20 2018
Home / আঞ্চলিক / ছচিয়েল মিডিয়াত কিশোৰীৰ অশ্লীল ছবি ভাইৰেলক লৈ প্ৰতিক্ৰিয়া।

ছচিয়েল মিডিয়াত কিশোৰীৰ অশ্লীল ছবি ভাইৰেলক লৈ প্ৰতিক্ৰিয়া।

ছচিয়েল মিডিয়াত কিশোৰীৰ অশ্লীল ছবি ভাইৰেলক লৈ প্ৰতিক্ৰিয়া।

মৰেল পুলিচ ৰূপে একাংশই যুৱকজনক দিলে তালিবানী শাস্তি।

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নয়াহাট বোৱালকামুৰীৰ এগৰাকী নৱম শ্ৰেনীৰ ছাত্ৰীৰ কিছুমান অশ্লীল ছবিয়ে ছচিয়েল মিডিয়াত ভাইৰেল হোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়। দুটা সন্তানৰ পিতৃ হামিদুল ইছলাম ওৰফে বাপন নামৰ এই লম্পট যুৱক জনে ওচৰৰে এগৰাকী চৈধ্য বছৰীয়া কিশোৰীৰ কেতবোৰ অসংযত অৱস্থাৰ ছবি নিজৰ মোৱাইল ফোনত আৱদ্ধ কৰি ৰাখে |

পৰৱৰ্তী সময়ত গাঁওৰ একাংশই লম্পট যুৱক জনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহনৰ পৰিবৰ্তে ৰাজহুৱা স্থানত শাস্তি দিয়াৰ পক্ষপাত কৰে।

About Staff Reporter

চাব পাৰে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন       ষ্টাফৰিপৰ্টাৰ, তথ্য আৰু জনসংগযোগ সঞ্চালকালয়ৰ উদ্যোগত শিৱসাগৰত ৰাজ্যিক …

Leave a Reply

Your email address will not be published. Required fields are marked *