Saturday , January 25 2020
শেহতীয়া খবৰ
Home / ৰাজনীতি / ছ’চিয়েল মিডিয়াৰ ওপৰত নজৰ ৰাখিছে প্রশাসনে’-ড০ হিমন্ত বিশ্ব শৰ্মা

ছ’চিয়েল মিডিয়াৰ ওপৰত নজৰ ৰাখিছে প্রশাসনে’-ড০ হিমন্ত বিশ্ব শৰ্মা

 

 

ষ্টাফৰিপৰ্টাৰ, ২৩ ডিচেম্বৰ :
মন্ত্ৰী হিমন্ত ড০ বিশ্ব শৰ্মাৰ সংবাদমেলই সোমবাৰে সংবাদমেল যোগে কয়
‘”ছ’চিয়েল মিডিয়াৰ ওপৰত নজৰ ৰাখিছে প্রশাসনে’।
২০৬টা প’ষ্টৰ বিৰুদ্ধে ৰুজু হৈছে ২৮টা গোচৰ’।
‘২৮ গোচৰৰ ভিত্তিত ১০ জনক গ্ৰেপ্তাৰ, ৫ জনক মুক্তি’
‘২৫টা প’ষ্ট অসমৰ বাহিৰৰ পৰা দিয়া হৈছে’ বুলি কয়। লগতে এন আৰ চি সন্দৰ্ভত মন্ত্ৰী হিমন্তৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মন্ত্রী গৰাকীয়ে কয় ” এন আৰ চি” ৰ ক্ষেত্ৰত ভাৰত আৰু অসমৰ কথা সুকীয়া’।

About Staff Reporter

চাব পাৰে

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ, ৩ ডিচেম্বৰ : অসম বিধানসভাত আজি অভূতপূৰ্ব ঘটনা ঘটিছে।অসমৰ সম্পদ ব্যক্তিগত কৰণৰ বিৰুদ্ধে …

Leave a Reply

Your email address will not be published. Required fields are marked *