Thursday , April 25 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ছাঅ’মিয়ে গুৱাহাটীত মুকলি কৰিলে স্মাৰ্টফোন ৰেডমী নোট ৬ প্ৰ’

ছাঅ’মিয়ে গুৱাহাটীত মুকলি কৰিলে স্মাৰ্টফোন ৰেডমী নোট ৬ প্ৰ’

 

ষ্টাফ ৰিপোৰ্টাৰ।।।।।,,,,, ৪ ডিচেম্বৰ।।। ভাৰতৰ ১ নম্বৰ স্মাৰ্টফোন ব্ৰেণ্ড ছাঅ’ মিয়ে গুৱাহাটীত মুকলি কৰিলে স্মাৰ্টফোন ৰেডমি নোট ৬। ৰেডমি নোট ৬’ প্ৰ হল এনে এটা স্মাৰ্টফোন য”ত প্ৰথম কোৱাড কেমেৰা ছেটআপৰ সুবিধা থকাৰ উপৰিও এই ফোনটো দুদিনীয়া বেটেৰীৰ সতে আহে আৰু এআই পাৱাৰ্ড কোৱাড কেমেৰাৰ আনুভৱ প্ৰদান কৰে। এই উপলক্ষে মঙলবাৰে আয়োজন কৰা সংবাদমেলত ছাঅ’ মী ইণ্ডিয়াৰ অনলাইন বিক্রীৰ প্ৰধান ৰঘু ৰেড্ডীয়ে কয় “গুৱাহাটীত ছাঅ’মীৰ বাবে উত্তম সাকাৰাত্মক বৃদ্ধি পাইছে আৰু সেয়ে আমি গুৱাহাটীত সকলো এম আই গুণমুগ্ধৰ বাবে ছাঅ’মিৰ সামগ্ৰী উপলব্ধ কৰিবলৈ আগলৈও কাম কৰি যাম। ব্লেক, ৰোজ, ব্লু এণ্ড ৰেড ৰঙত উপলব্ধ ৰেডমি নোট ৬ প্ৰ’ ৪ জিবি+৬৪ জি বিৰ বজাৰ মূল্য ১৩,৯৯৯ আৰু ৬ জিবি+ ৬৪ জিবি ৰ মূল্য ১৫ooo টকা নিৰ্ধাৰণ কৰা হৈছে।” উল্লেখযোগ্য এই স্মাৰ্টফোনটিত নতুন নতুন চেলফি লোৱাৰ বাবে ফোনত ফ্ৰাণ্টত ২০ এম পি+2 এম পি এ আই দ্বৈত কেমেৰা আৰু ১৫+ ৫ এম পি এএ আই দৈত কেমেৰাৰ সৈতে আহে যি পিছত ১.৪ এম পিৰ সৈতে কম পোহৰত সুন্দৰ ছবি দিয়ে আৰু ৰেডমি নোট ৬ প্ৰ ৬.২৬ এফ এইচ ডি+ আইপিএছ দিছপ্লে আৰু ১৯- ৯ অনুপাত আৰু ৫০০ নাইট অধিকতম চমকনিৰে সৈতে আহে।

About Staff Reporter

চাব পাৰে

ৰিলায়েঞ্চ জিঅ’ৰ নতুন অফাৰ

ষ্টাফৰিপৰ্টাৰ, ২৩ মাৰ্চ, এইবাৰ ৰিলায়েঞ্চ জিঅ’ৰ নতুনই নতুন অফাৰ আগবঢ়াইছে। Xiaomi Redmi Go অফাৰ আগবঢ়াইছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *