Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ছাঅ'মিয়ে গুৱাহাটীত মুকলি কৰিলে ৰেডমি স্মাৰ্টফোনৰ নতুন শৃংখলা।

ছাঅ'মিয়ে গুৱাহাটীত মুকলি কৰিলে ৰেডমি স্মাৰ্টফোনৰ নতুন শৃংখলা।

ছাঅ’মিয়ে গুৱাহাটীত মুকলি কৰিলে ৰেডমি স্মাৰ্টফোনৰ নতুন শৃংখলা।

গুৱাহাটীৰ প্রতিবেদক,,,।।। ২৯জুন ,,,,,স্মাৰ্টফোন ব্ৰেণ্ড ছাঅ’মিয়ে শুকুৰবাৰে গুৱাহাটীত ইয়াৰ জনপ্ৰিয় ৰেডমি ছিৰিজৰ পৰা বিভিন্ন স্মাৰ্টফোন মুকলি কৰে। এই উপলক্ষে শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেল যোগে ছাঅ’মিৰ উপ-সভাপতি আৰু ছাঅ’মি ইণ্ডিয়াৰ পৰিচালন সঞ্চালক মনু জৈনে ‘ৰেডমি ৱাই ২’ মুকলি কৰে। সংবাদমেলযোগে ছাঅ’মিৰ উপ -সভাপতি মনু জৈনে কয়- ‘ৰেডমি ৱাই ২’ ১২ এমপি+ ৫ এমপি আল ডুৱেল কেমেৰা আৰু আল বিউটিফাই ৪.০ৰ সৈতে থাকিব। ইয়াত থাকিব ৫.৯৯ ইঞ্চি ১৮.৯ ফুল স্ক্ৰীন ডিছপ্লে আৰু কোৱাল কম স্নেপ ড্ৰেগন, ৬২৫ প্লেটফৰ্মৰ দ্বাৰা সঞ্চালিত। ইয়াৰ ৩ জিবি+ ৩২ জিবিৰ খুচুৰা দাম ৯,৯৯৯ টকা আৰু ৪ জিবি +৬৪ জিবিৰ দাম ১২,৯৯৯ টকা। আমি প্ৰকৃততে ভাৰতীয় বজাৰৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আৰু সততাৰ মূল্য নিৰ্ধাৰণেৰে মানুহক উচ্চ গুণাগুণ মানৰ সামগ্ৰী প্ৰদান কৰা ধাৰা অব্যাহত ৰাখিম যাতে সকলোৰে বাবে অভিনৱ প্ৰযুক্তিৰ সৰ্বোত্তম সুগমতা ব্যৱহাৰ কৰিব পৰা যায়।

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *