Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / জাগীৰোডত নগাঁও কাগজ কল কৰ্মচাৰীৰ আত্মহনন

জাগীৰোডত নগাঁও কাগজ কল কৰ্মচাৰীৰ আত্মহনন

 

ষ্টাফৰিপৰ্টাৰ, ২৯ এপ্ৰিল, জাগীৰোডত নগাঁও কাগজ কল কৰ্মচাৰীৰ আত্মহনন কৰিছে। ছিনিয়ৰ হোষ্টেলৰ ৬নং কোঠাত ডিঙিত চিপ লৈ আত্মহত্যা কৰে এজন বিষয়াই। মৃত বিষয়াজন কলকাতাৰ বিশ্বজিৎ মজুমদাৰ। ২৭ মাহে দৰমহা নাপাই চৰম পথ লোৱাৰ সন্দেহ একাংশৰ। কাগজ কলটোৰ বিতৰণ বিভাগৰ বিষয়া আছিল মজুমদাৰ।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *