Tuesday , November 20 2018
Home / আঞ্চলিক / জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ

 

ষ্টাফৰিপৰ্টাৰ: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ সাবস্ত্য কৰা হয় গুৱাহাটী মহানগৰীত। বিধেয়খন বাতিলৰ দাবীত দিছপুৰত সদৌ অসম ছাত্ৰ সন্থাসহ ২৮টা সংগঠনৰ সকীয়নি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। “কোনোপধ্যেই মানি নলওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক “- মন্তব্য আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী জনায়।

About Staff Reporter

চাব পাৰে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন       ষ্টাফৰিপৰ্টাৰ, তথ্য আৰু জনসংগযোগ সঞ্চালকালয়ৰ উদ্যোগত শিৱসাগৰত ৰাজ্যিক …

Leave a Reply

Your email address will not be published. Required fields are marked *