Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / জামুগুৰি জুনিয়ৰ কলেজৰ নৱাগত আদৰণি সভা

জামুগুৰি জুনিয়ৰ কলেজৰ নৱাগত আদৰণি সভা

জামুগুৰি জুনিয়ৰ কলেজৰ নৱাগত আদৰণি সভা৷

জামুগুৰিহাট,১২ আগষ্ট:জামুগুৰি জুনিয়ৰ কলেজৰ পঞ্চম বাৰ্ষিক নৱাগত আদৰণি সভাখন অহা ১৭ আগষ্টত অনুষ্ঠিত হ’ব৷স্থানীয় বাপুজি ভৱনত অনুষ্ঠিত হ’বলগীয়া সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব স্থানীয় বিধায়ক পদ্ম হাজৰিকা৷জামুগুৰি জুনিয়ৰ কলেজৰ অধ্যক্ষ গোলাপ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সভাখনত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকিব ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চাহাবুদ্দিন আহমেদ৷উক্ত দিনা পুৱা ১১ বজাৰপৰা অনুষ্ঠিত হ’বলগীয়া নৱাগত আদৰণি সভাখনত ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকৰ লগতে নিমন্ত্ৰিত অতিথিসকলক উপস্থিত থাকিবলৈ কলেজ পৰিচালনা সমিতিৰ সভাপতি সুৰেণ কলিতা আৰু সম্পাদক চন্দ্ৰমোহন নাথে অনুৰোধ জনাইছে৷

জোন বৰা,জামুগুৰিহা

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *