Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / জুবিন ফেন ক্লাৱৰ আৰ্থিক সাহায্য প্ৰদান

জুবিন ফেন ক্লাৱৰ আৰ্থিক সাহায্য প্ৰদান

জুবিন ফেন ক্লাৱৰ আৰ্থিক সাহায্য প্ৰদান:

পৰাণজ্যোতি বৰা, মাজুলী ৯ অক্টোবৰ:

মাজুলী ১নং কঢ়াল গাৱৰ প্ৰবীন শইকীয়াৰ জেষ্ঠ্য কন্যা
মেৰাগড় নাৰায়ন দেৱ উচ্চতৰ মাধ্যমিকৰ মেধাৱী ছাত্ৰী ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ বর্তমান দিল্লীত চিকিৎসাধীন হৈ থকা লুকুমনি শইকীয়়াক চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহায্য প্ৰদান কৰিলে জুবিন ফেন ক্লাৱে।জুবিন ফেন ক্লাৱৰ উদ্যোগত মাজুলী মিলন সংঘ, কমলাবাৰীত ৫,আৰু ৬ অক্টোবত জুবিন গাৰ্গৰ কাঞ্চনজংঘা প্ৰদৰ্শনৰ কৰা হয়।৬ অক্টোবৰৰ দিনা সন্ধ্যা ৬-৩০ বজাত কাঞ্চনজংঘা পদৰ্শনী আগ মুহূৰ্তত দৰ্শকৰ সন্মুখত এই আৰ্থিক সাহায্য লুকুমনি শইকীয়়াৰ পিতৃ প্ৰবীন শইকীয়াৰ হাতত জুবিন ফেন ক্লাৱৰ সম্পাদক অমৰ জ্যোতি ভূঞাই প্ৰদান কৰে। পৰাণজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটোত জুবিন ফেন ক্লাৱৰ জিন্তু বৰুৱা, দুদু বৰুৱা, চুপু শইকীয়া, বিকাশ বৰা উপস্থিত থাকে।

পৰাণজ্যোতি বৰা, মাজুলী।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *