Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / টাটা স্কাইৰ চুটি টিভিৰ চিৰিজৰ শুভাৰম্ভ”

টাটা স্কাইৰ চুটি টিভিৰ চিৰিজৰ শুভাৰম্ভ”

 

ষ্টাফ ৰিপোৰ্টাৰ,,,, ২০ ফেব্ৰুৱাৰী,,, ভাৰতৰ অগ্ৰণী বিষয় বিতড়ক প্লেটফৰ্ম টাটা স্কায়ে ভাৰতত অস্কাৰ মনোনীত চুটি গল্প আৰু চুটি চলচ্চিত্ৰ সমূহ মহানগৰীৰ বাবে বাচি উলিয়াইছে। প্ৰায় ৬০০ ঘন্টাযোৱা অস্বাভাৱিক চিন্তাকৰ্যক চুটি গল্পৰ সম্ভাৰ টাটা স্কাইত উপলব্ধ হ’ব। বুধবাৰে গুৱাহাটীস্থিত হোটেল পেলেচিঅ’ অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উপস্থিত থাকি বিশ্বৰ প্ৰধান সহযোগী তৰুণ সাহানীয়ে কয় “আমি বিভিন্ন ভাষাত আমাৰ সেৱা উপলব্ধ কৰিছো।২০১৯ৰ অস্কাৰ মনোনীত আৰু অস্কাৰ বিজয়ী চলচ্চিত্ৰসমূহ টাটা স্কাইৰ চুটি টিভিত উপলদ্ধ হ’ব। ইতিমধ্যে বিয়াৰৰ গল্প, ফেণ্টফেষ্ট আদি চুটি ছবি টাটা স্কাইৰ চুটি টিভিত উপলব্ধ হৈছে।” আজিৰ এই অনুষ্ঠানটিত উপস্থিত থাকে অভিনেত্ৰী সুনিতা কৌশিক।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *