Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / টেলী ই আৰ পি ৯ ৰিলিজ ৬.৬ উন্মোচন

টেলী ই আৰ পি ৯ ৰিলিজ ৬.৬ উন্মোচন

 

ষ্টাফৰিপোৰ্টাৰ, ৪ মাৰ্চ:: ব্যৱসায় ব্যবস্থাপনা নিয়ামক টেলী ছলিউছনে বুধবাৰে ইয়াৰ শেহতীয়া টেলী ই আৰ পি ৯ ৰিলিজ ৬.৬ ৰ গোলকীয় উন্মোচন কৰে। এই উপলক্ষে বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেল যোগে টেলী ছলিউছনৰ পূৱ মণ্ডলৰ মহাপ্ৰবন্ধক সুদীপ্ত দত্তই কয় “আমি ৰিলিজ ৬.৬ মুকলি কৰি আনন্দিত। এয়া হৈছে এছ এম ই সমূহৰ সৈতে সংযোগ কৰি তোলাৰ বাবে আমাৰ প্ৰথম পদক্ষেপ। এই উদ্ভাৱনৰ জৰিয়তে ব্যৱসায়ৰ গৰাকী সকলে নিজৰ অধিক পৰিমাণৰ বাণিজ্যিক তথ্য পৰিচালনা কৰিব পাৰিব বুলি আমি বিশ্বাস কৰোঁ। তেওঁলোকে বিচৰা স্থানতে এই উদ্ভাৱন সুলভ হ’ব। তেঁও লোকে নিজৰ ব্যৱসায়ৰ অৱস্থাৰ বিষয়ে অধিক ভালদৰে জানিব পাৰিব আৰু ব্যৱসায়িক বিকাশৰ বাবে পুৰ্বতকৈয়ো খৰতকীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। ৰিলিজ ৬.৬ ৰ উপভোক্তা2 সকলে ৱেব ব্ৰাউজাৰতো টেলীৰ সহজ আৰু মাত্ৰ এটা ক্লিকেৰে পৰিচালনা ক্ষমতাৰ অভিজ্ঞতা লাভ কৰিব। আনহাতে লেনদেনৰ লগতে সকলো প্ৰতিবেদন পি ডি এফ লৈ সলনি কৰিব পাৰিব আৰু প্ৰয়োজন সাপেক্ষে আনলৈ প্ৰেৰণ কৰিব পাৰিব।””

About Staff Reporter

চাব পাৰে

আন্ত:ৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ দ্বিতীয়খন বিপণী

  ষ্টাফৰিপৰ্টাৰ,,,,,৬ ,ফেব্ৰুৱাৰী।।। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে শুকুৰবাৰে ইয়াৰ গুৱাহাটীত ইয়াৰ দ্বিতীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *