Wednesday , March 20 2019
Home / ব্যৱসায়-বাণিজ্য / টেষ্ট অফ কলকাতাত খাদ্য ৰসিকৰ বাবে নতুন মেনু মুকলি

টেষ্ট অফ কলকাতাত খাদ্য ৰসিকৰ বাবে নতুন মেনু মুকলি

 

ষ্টাফ ৰিৰোৰ্টাৰ ,,,১৮ ডিচেম্বৰ।।।। গুৱাহাটীৰ জি এছ ৰোডস্থিত বঙালী ৰেষ্টোৰা ‘টেষ্ট অব কলকতা’ত খাদ্যৰসিকৰ বাবে মঙলবাৰে মুকলি কৰা হয় নতুন মেনু, নতুন সহিতে এক নতুন ৰূপ। পৰিচালক বৰ্গৰ সালসলনিৰ সহিতে এই ৰেষ্টোৰা খন এক সংবাদমেলযোগে মুকলি কৰি ৰেষ্টোৰা খনৰ স্বত্বাধিকাৰী মঞ্জিতা কলিতা চৌধুৰীয়ে সাংবাদিকৰ আগত কয় মোৰ সদায়েই এখন বঙালী ৰেষ্টোৰা মুকলি কৰিবলৈ আশা কৰি আছিলো। আমাৰ ৰেষ্টোৰাত নিৰামিষ খাদ্য সম্ভাৰৰ পৰা চিকেন মটন আৰু ইলিছ মাছৰ ব্যঞ্জন অতি কম মূল্যত পোৱা যাব। টেষ্ট অফ কলিকতাৰ নতুন মেনুত আছে নিৰামিষ আহাৰ মাত্ৰ ১৫০ টকাত, তাৰোপৰি গন্ধৰাজ চিকেন, চিকেন কবিৰাজ, মচাৰ চপ,। এই ৰেষ্টোৰাত প্ৰায় ১২ বিধ মাছৰ ব্যঞ্জন থাকিব তাৰ ভিতৰত ইলিছ ভাপ্পা, চিতল তেল ঝাল, ৰুই মাছৰ ঝাল, আদি। আজিৰ এই সংবাদমেলত উপস্থিত আছিল ৰেষ্টোৰা খনৰ আন এজন স্বত্বাধিকাৰী দেৱশ্রী দত্ত।

About Staff Reporter

চাব পাৰে

ভোগালী জলপান গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি

  ষ্টাফ ৰিপোৰ্টাৰ,,,,৩ মাৰ্চ ,,,অসম তথা উত্তৰ পূৰ্বাঞ্চলত পিঠা-পনা আৰু জলপানেৰে এক নতুন স্বাদ প্ৰদান …

Leave a Reply

Your email address will not be published. Required fields are marked *