Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ঠিকাভিত্তিক হ’লেও দৰমহা পাই যাব শিক্ষকসকলে

ঠিকাভিত্তিক হ’লেও দৰমহা পাই যাব শিক্ষকসকলে

শিক্ষা মন্ত্ৰীৰ ঘোষণা।।।।।

গুৱাহাটীৰ প্ৰতিবেদক, ২৮ জুন,
‘ঠিকাভিত্তিক শিক্ষকসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই, ঠিকাভিত্তিক হ’লেও দৰমহা পাই যাব শিক্ষকসকলে।’– এই ঘোষণা শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। চাৰি মাহৰ বকেয়া ধন মুকলি কৰি দিছে শিক্ষা বিভাগে, চাকৰি নিয়মীয়াকৰণ এটা পদ্ধতিৰেহে কৰা যায়, বৰ্তমান চাকৰি নিয়মীয়াকৰণক লৈ সিদ্ধান্ত নোলোৱাৰ ইংগিত।’– এই কথা জনালে শিক্ষা মন্ত্ৰীগৰাকীয়ে। মন্ত্রী গৰাকীয়ে লগতে মহানগৰীৰ ৰূপনগৰৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে। উন্নয়নমূলক কাম আৰু প্ৰকল্পৰ সম্ভাৱনীয়তা থকা স্থান পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *