Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ডকমকা কাণ্ডৰ ভিডিঅ’ আপলোড কৰা অভিযুক্তক জামিন

ডকমকা কাণ্ডৰ ভিডিঅ’ আপলোড কৰা অভিযুক্তক জামিন

 

ৰিপোৰ্টাৰ , ডকমকা কাণ্ডৰ ভিডিঅ’ আপলোড কৰা অভিযুক্তক জামিন দিয়া হৈছে।  ৭ অভিযুক্তৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ বুধবাৰে নগাঁও ছেছন আদালতত হ’ব ডকমকা কাণ্ডৰ শুনানি৷ ৪৭ অভিযুক্তক হাজিৰ কৰোৱা হ’ব আদালতত। এদল অন্ধবিশ্বাসী লোকে সোপাধৰাৰ সন্দেহত নৃশংসভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুই প্ৰতিভাবান যুৱক নীলোত্‍পল দাস আৰু অভিজিত্‍ নাথক।

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *