Friday , October 18 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ডালমিয়া চিমেন্টে উত্তৰ-পূৰ্বাঞ্চলৰ মুকলি কৰিলে নতুন ব্ৰেণ্ড অৱস্থান ‘ফিউচাৰ’ টুডে

ডালমিয়া চিমেন্টে উত্তৰ-পূৰ্বাঞ্চলৰ মুকলি কৰিলে নতুন ব্ৰেণ্ড অৱস্থান ‘ফিউচাৰ’ টুডে

 

ষ্টাফ ৰিপোৰ্টাৰ,,,৫ অক্টোবৰ। ভাৰতৰ আগশাৰীৰ চিমেন্ট কোম্পানী ডালমিয়া চিমেন্ট (ভাৰত) লিমিটেডে ৰাষ্ট্ৰীয় বাণিজ্যিক অভিযানৰ জৰিয়তে উত্তৰ পূবত নতুন ব্ৰেণ্ড পৰিচয় আৰু অৱস্থান মুকলি কৰিলে।” ফিউচাৰ টুডে”শীৰ্ষক এই নতুন অৱস্থান চিমেন্ট উৎপাদন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাটকটীয়া হিচাপে ডালমিয়া চিমেন্টৰ প্ৰযুক্তিগত উদ্ভাৱনক স্বীকৃতি দিব।এই সন্দৰ্ভত ডালমিয়া চিমেন্ট (ভাৰত) লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যনিৰ্বাহক বিষয়া মহেন্দ্ৰ সিঙে কয়”- পৃথিৱীৰ আটাইতকৈ সেউজীয়া চিমেন্ট প্ৰস্তুতকাৰী আৰু বিগত ৮০ বছৰত একেৰাহে বহুতো উন্নত মানৰ চিমেন্ট নিৰ্মাতা হিচাপে ডালমিয়া চিমেন্ট সৰ্বজনবিদিত। ফিউচাৰ টুডে মুকলি আমি দৃঢ়তাৰে আৰ্গলেণ্ড উপভোক্তা প্ৰয়োজনীয়তা সমূহ পূৰ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ”। উল্লেখযোগ্য যে, এই ফিউচাৰ টুডেৰ জৰিয়তে ভৱিষ্যতে চিমেন্ট ক্ৰয় কৰাটো ভাৰতত এটা কম খৰচী কাম হিচাপে পৰিগণিত হ’ব। তাৰোপৰি এই অৱস্থান টোৱে সমগ্র দেশত পূজাৰ সময়ছোৱাত ১৬o০ বাণিজ্যিক প্ৰচাৰ চলাব য’ত অবয়বহীন বাস্তৱ অভিজ্ঞতা ল’ব পাৰিব। এই মুকলি অনুষ্ঠানত ডালিমিয়া চিমেন্ট(ভাৰত) লিমিটেডৰ বাণিজ্যিক বিভাগৰ কাৰ্যনিৰ্বাহক সঞ্চালক প্ৰমেশ আ উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

নেছ্লে হেল্থী কিডছ আঁচনিয়ে সম্পূৰ্ণ কৰিলে ১০ বছৰ

  ষ্টাফ ৰিপোৰ্টাৰ,,,৩০ ছেপ্টেম্বৰ।।।ধ্বজাবাহী আঁচনি নেছ্লে কিড‍্ ছে ১০ বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে নেছ্লে …

Leave a Reply

Your email address will not be published. Required fields are marked *