Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ডিফুত উপস্থিত ভাৰতীয় ফুটবলৰ ৰাজপুত্ৰ বাইচুং ভূটীয়া

ডিফুত উপস্থিত ভাৰতীয় ফুটবলৰ ৰাজপুত্ৰ বাইচুং ভূটীয়া

 

ষ্টাফৰিপৰ্টাৰ,ডিফুত উপস্থিত ভাৰতীয় ফুটবলৰ ৰাজপুত্ৰ বাইচুং ভূটীয়া উপস্থিত হয়।কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ মূল ষ্টেডিয়াম উদ্বোধন কৰিব তাৰকা ফুটবলাৰগৰাকীয়ে। নৱনিৰ্মিত ষ্টেডিয়ামখনত ডিফুৰ মৰ্ণিং ষ্টাৰ আৰু বাংলাদেশৰ আছাদুজামান ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰীতি ফুটবল খেলো উপভোগ কৰিব বাইচুং ভূটীয়াই। অনুষ্ঠানত উপস্থিত থাকিব মন্ত্রী পীযূষ হাজৰিকা আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী আৰু কাৰ্যবাহী সদস্যসকল।‍

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *