Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ডিব্ৰুগড়ত দিন দুপৰতে মহিলাৰ পৰা ধন লুট দুবৃত্তৰ

ডিব্ৰুগড়ত দিন দুপৰতে মহিলাৰ পৰা ধন লুট দুবৃত্তৰ

ডিব্ৰুগড়ত দিন দুপৰতে মহিলাৰ পৰা ধন লুট দুবৃত্তৰ

চাবুৱাঃ ৭ নৱেম্বৰঃ আৰক্ষীৰ নিৰাপত্তাৰ ফোপােলা স্বৰূপ উদঙাই ডিব্ৰুগড়ত দিন দুপৰতে অচিনাক্ত দুর্বৃত্তই এগৰাকী যুৱতীৰ পৰা চোকা অস্ত্র দেখুৱাই ধন কাঢ়ি নিয়া ঘটনায় চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে আমিনা দাস নামৰ যুৱতীগৰাকীৰ পৰা দুবৃত্তই চুৰি কটাৰী দেখুৱাই ৭ হাজাৰ টকা কাঢ়ি নিয়ে। বন্ধন বেংকৰ বাবে কেইগৰাকীমান মহিলাৰ পৰা উক্ত ধনখিনি সংগ্রহ কৰি আনি থাকোঁতেই দুর্বৃত্তই চুকা অস্ত্র দেখুৱাই আগুচি ধৰে। এই সন্দৰ্ভত যুৱতী গৰাকীয়ে আমলাপট্টি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *