Wednesday , June 19 2019
Home / ৰাজনীতি / তৃণমূল কংগ্ৰেছত যোগ দিব আৰ পি শৰ্মাই

তৃণমূল কংগ্ৰেছত যোগ দিব আৰ পি শৰ্মাই

 

ষ্টাফৰিপৰ্টাৰ, ১৯ মে’ : বিজেপি এৰি তৃণমূল কংগ্ৰেছত যোগ দিব আৰ পি শৰ্মাই। ২৩ মে’ৰ পাছত তৃণমূল কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আছে। ন-বিজেপিৰ বাবেই বিজেপি ধ্বংস হ’ল বুলি আৰ পি শৰ্মাৰ দাবী।
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ আৰ পি শৰ্মাৰ।
‘২০২১ চনত পুনৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰে সোণোৱাল’
‘ন-বিজেপিয়ে অক্টোপাছৰ দৰে চেপি ধৰিছে দলটোক’
‘কেবৰ নামত হিন্দু বাংলাদেশীক ললিপপ দিছে বিজেপিয়ে’। মুখ্যমন্ত্ৰী সোণোৱাল অনৱৰতে চাপৰ মাজত থাকে’বুলিও উল্লেখ কৰে শৰ্মাই।

About Staff Reporter

চাব পাৰে

নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ

  ষ্টাফৰিপৰ্টাৰ, ৩০ মে’ : নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ। টেলিভিছনৰ বিতৰ্কলৈ মুখপাত্ৰ প্ৰেৰণ নকৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *