Saturday , March 23 2019
Home / সাহিত্য / দিকচৌ বাটৰ সপোন’ শীৰ্ষক গল্প পুথি উন্মোচন

দিকচৌ বাটৰ সপোন’ শীৰ্ষক গল্প পুথি উন্মোচন

 

ষ্টাফ ৰিপোৰ্টাৰ।।।।৮ ডিচেম্বৰ।।।।” চুটিগল্পৰ ধাৰণা প্ৰাচ্যত্ত সাহিত্যৰ পৰা আহিছে। বাংলা সাহিত্যতো চুটিগল্প আছে আৰুঅসমীয়া চুটিগল্পৰ ইতিহাস খুব দীঘল নহয়। আমাৰ সমাজত চুটিগল্প সিচৰিত হৈ আছে আৰু তাক সাহিত্যৰ ৰূপ দিয়াৰ ক্ষেত্ৰত লেখিকাৰ প্ৰতিভা ফুটি উঠে।চুটিগল্পৰ লিখিবলৈ লেখিকাৰ প্ৰতিভা থকা দৰ্কাৰ। “শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰুবি কলিতাৰ চুটিগল্পৰ দ্বিতীয় সংকলন “দিকচৌ বাটৰ সপোন’ উন্মোচন কৰি এনেদৰে কয় বিশিষ্ট শিক্ষাবিদ ড০ দয়নন্দ পাঠকে। তেওঁ লগতে কয় “চুটিগল্পৰ লিখা লেখক লেখিকাক অনুপ্ৰেৰনা দিব লাগে। মই এনেকুৱা চুটিগল্পৰ লেখাৰ বাবে লেখিকাক বহুত ধন্যবাদ জনাইছো।” বিশিষ্ট গল্পকাৰ ৰিজু হাজৰিকাই বন্তি প্ৰজ্জলনেৰে আৰম্ভ কৰা আজিৰ এই অনুষ্ঠানটিত উপস্থিত থাকে চন্দ্ৰ
প্ৰকাশনৰ স্বত্ত্বাধিকাৰী ড০ ৰবীন্দ্ৰ মোহন শৰ্মা , বাসীৰম কলিতা, চন্দ্ৰ প্ৰসাদ পদদাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি।

About Staff Reporter

চাব পাৰে

“অৰ্গানন’ শীৰ্ষক গ্ৰন্থ উন্মোচন

  ষ্টাফ ৰিপোৰ্টাৰ,,,১৭ফেব্ৰুৱাৰী,,”হোমিঅ’পেথিক চিকিৎসা সম্পৰ্কে আমাৰ জ্ঞান সীমিত,আমি তাৰ বিষয়ে জনা উচিত। এলোবেথিক চিকিৎসা আজিকালি …

Leave a Reply

Your email address will not be published. Required fields are marked *