Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / দিছপুৰৰ বিধায়ক আৱাসত নুৰুল হুদাৰ সংবাদমেল

দিছপুৰৰ বিধায়ক আৱাসত নুৰুল হুদাৰ সংবাদমেল

 

ষ্টাফৰিপৰ্টাৰ, ৭ মে’ : দিছপুৰৰ বিধায়ক আৱাসত নুৰুল হুদাই আজি এখন সংবাদমেলৰ আয়োজন কৰে। এন আৰ চিৰ দাবী আৰু আপত্তিৰ শুনানিক লৈ সংবাদমেল খন আয়োজন কৰে। তেওঁ কয় “শুনানিৰ বাবে এখন জিলাৰ লোকক আন জিলালৈ মাতিছে।
সাধাৰণ মানুহক হাৰাশাস্তি কৰিছে। নিজ এলেকাত এন আৰ চি সেৱা কেন্দ্ৰ আছে।
কিন্তু শুনানিৰ বাবে আন স্থানলৈ যাবলগীয়া হৈছে।
শুনানিত উপস্থিত থাকিব নোৱাৰাৰ বাবে এই ব্যৱস্থা।
শুনানিত উপস্থিত নাথাকিলেই এন আৰ চি ৰ পৰা বাহিৰ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে।‘দাবী আপত্তি কৰা বহু লোকেই শুনানিৰ সময়ত পলায়ন কৰে। অভিযুক্ত উপস্থিত হয়, কিন্তু অভিযোগকাৰী উপস্থিত নহয়। অভিযোগকাৰীজন কোন সেয়া এন আৰ চি কৰ্তৃপক্ষই চোৱাৰ প্ৰয়োজন আছে। এনে হাৰাশাস্তি বন্ধ কৰিবলৈ এন আৰ চি মুখ্য সমন্বয়কক আহ্বান জনালোঁ।
বৰ্তমান একাংশ বিষয়াৰ মাজত প্ৰতিযোগিতা চলিছে।’
কোনে কিমান মানুহক এন আৰ চিৰ পৰা বাদ পেলব পাৰে’বুলিও তেওঁ সাংবাদমেলত কয়।

About Staff Reporter

চাব পাৰে

ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই–মুমিনুল আৱাল

ষ্টাফৰিপৰ্টাৰ, ২৮ জুলাই: ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই বুলি মন্তব্য বিজেপিৰ ৰাজ্যিক …

Leave a Reply

Your email address will not be published. Required fields are marked *