Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / দিছপুৰ থানাত হাজিৰ আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা

দিছপুৰ থানাত হাজিৰ আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা

 

 

 

ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, দিছপুৰ থানাত হাজিৰ আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা।
বিজেপিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত আলোচনাপন্থী আলফা জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তলব কৰিছিল আলফা নেতা দুজনক। ঘটনাত আলফা জড়িত থকাৰ কথা অস্বীকাৰ অনুপ চেতিয়াৰ। এই ঘটনাক চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা। প্ৰদীপ দত্ত ৰয়কো মুখ চম্ভালি কথা ক’বলৈ সকীয়নি অনুপ চেতিয়াৰ। আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলন মষিমূৰ কৰাৰ বাবেই জনজাতিকৰণৰ বিধেয়ক অনা বুলি মন্তব্য চেতিয়াৰ।

About Staff Reporter

চাব পাৰে

প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে

    ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ …

Leave a Reply

Your email address will not be published. Required fields are marked *