Monday , August 26 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ দেহাৱসান

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ দেহাৱসান

 

ষ্টাফৰিপৰ্টাৰ, ২০ জুলাই : দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ দেহাৱসান ঘটে। ৮১ বছৰ বয়সত মৃত্যু হোৱা জেষ্ঠ কংগ্ৰেছ নেত্ৰী গৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। শীলা দীক্ষিতে ৩:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ ১৫ বছৰ ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী আছিল।

About Staff Reporter

চাব পাৰে

মেঘালয় বিধান সভাৰ অধ্যক্ষ ডাংকুপাৰ ৰয়ৰ মৃত্যুত শোক

  ষ্টাফৰিপৰ্টাৰ ২৮ জুলাই :মেঘালয় বিধান সভাৰ অধ্যক্ষ ডঃ ডংকুপাৰ ৰয়ৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *