Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ পৰা পদত্যাগ অজয় মাকেনৰ

দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ পৰা পদত্যাগ অজয় মাকেনৰ

 

ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী, দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ পৰা পদত্যাগ অজয় মাকেনৰ। কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক দাখিল কৰিলে পদত্যাগ পত্ৰ। স্বাস্থ্যজনিত কাৰণতে পদত্যাগ কৰা বুলি পদত্যাগ পত্ৰত উল্লেখ কৰিছে মাকেনে। টুইটাৰযোগে ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন মাকেনৰ।

About Staff Reporter

চাব পাৰে

ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত বিমান সেৱা

  ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী, ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত বিমান সেৱা। ১৪খন বিমানৰ যাত্ৰা …

Leave a Reply

Your email address will not be published. Required fields are marked *