Thursday , April 25 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / দীপাৱলীৰ নিশা মহানগৰীত দুটাকৈ আত্মহত্যাৰ ঘটনা

দীপাৱলীৰ নিশা মহানগৰীত দুটাকৈ আত্মহত্যাৰ ঘটনা

 

ষ্টাফৰিপৰ্টাৰ,দীপাৱলীৰ নিশা মহানগৰীত দুটাকৈ আত্মহত্যাৰ ঘটনা সংঘটিত হয়। উজান বজাৰত শোৱনি কোঠাত আত্মহত্যা ঝৰ্ণা চৌধুৰী বিষয়া নামৰ এগৰাকী অভিনেত্ৰীৰ। কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল ঝৰ্ণাই। ঋৰ্ণাৰ মৃত্যুৰ পিছতে আত্মহত্যা বিশাল হাজৰিকা নামৰ যুৱকজনৰ। উজান বজাৰৰ সতী ৰাধিকা উদ্যানত আত্মহত্যা কৰে যুৱকজনে। ঝৰ্ণা চৌধুৰীৰ স্বামী ৰে’ল বিভাগৰ কৰ্মচাৰী। স্বামীৰ সৈতে উজান বজাৰৰ জাহাজঘাটৰ ৰে’লৱে আৱাসত আছিল ঝৰ্ণা। দীপাৱলীৰ নিশা কাৰ্যালয়তে আছিল ঝৰ্ণাৰ স্বামী। নিশা ঝৰ্ণাৰ খবৰ ল’বলৈ আহিছিল বিশাল হাজৰিকা। কোঠাত ওলমি থকা অৱস্থাত ঝৰ্ণাক প্ৰত্যক্ষ কৰিছিল বিশালে। বিশালৰ তত্‍পৰতাতে জি এম চি এইছ লৈ অনা হয় ঝৰ্ণাক।জি এম চি এইছ ৰ পৰা গৈ আত্মহত্যাৰ পথ লয় যুৱকজনে।‍

About Staff Reporter

চাব পাৰে

ৰিপুণ বৰাৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ২৪ এপ্ৰিল, অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বুধবাৰে সংবাদমেলৰ আয়োজন কৰে।গুৱাহাটীৰ ৰাজীৱ …

Leave a Reply

Your email address will not be published. Required fields are marked *