Tuesday , April 7 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / দুই জিলাৰ আৰক্ষী অধীক্ষকক ৰদ-বদল

দুই জিলাৰ আৰক্ষী অধীক্ষকক ৰদ-বদল

 

ষ্টাফৰিপোৰ্টাৰ, ১৯ জানুৱাৰী:
দুই জিলাৰ আৰক্ষী অধীক্ষকক ৰদ-বদল কৰা হৈছে। নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক হিচাপে বদলি গৌৰৱ অভিজিত দিলীপক
গৌৰৱ অভিজিত ডিমা হাছাওত কৰ্তব্যৰত।
নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিক চেন্ট্ৰেল ডেপুটেশ্যনলৈ। এন আই এ ৰ এছ পি হিচাপে ডেপুটেশ্যনলৈ শংকৰব্ৰত ৰায়মেধি। ডিমা হাছাওৰ আৰক্ষী অধীক্ষক হিচাপে বদলি বীৰ বিক্ৰম গগৈক।

About Staff Reporter

চাব পাৰে

সদৌ অসম ভিত্তিত প্ৰাইজমাণি চুটি গল্প প্ৰতিযোগিতা

  ষ্টাফৰিপোৰ্টাৰ, ৪ এপ্ৰিল :: সদৌ অসম ভিত্তিত প্ৰাইজমাণি চুটি গল্প প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *