Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / দেশদ্ৰোহিতাৰ গোচৰত হীৰেন গোহাঁইলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ

দেশদ্ৰোহিতাৰ গোচৰত হীৰেন গোহাঁইলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ

 

ষ্টাফৰিপৰ্টাৰ, ১১ জানুৱাৰী, দেশদ্ৰোহিতাৰ গোচৰত হীৰেন গোহাঁইলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ অন্তৱৰ্তীকালীন জামিন। ২২ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য ন্যায়ালয়ৰ। লগতে অখিল গগৈয়েও অন্তৱৰ্তীকালীন জামিন পোৱাৰ বিপৰীতে পূৰ্ণাংগ জামিন পালে মনজিত মহন্তই। বৃহস্পতিবাৰে লতাশিল আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছিল দেশদ্ৰোহিতাৰ গোচৰ।ফটাশীল থানাৰ দেশদ্ৰোহৰ গোচৰত হিতেশ কুমাৰ ডেকাৰ আদালতে মঞ্জুৰ কৰিলে জামিন৷

About Staff Reporter

চাব পাৰে

প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে

    ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ …

Leave a Reply

Your email address will not be published. Required fields are marked *