Tuesday , November 20 2018
Home / ক্ৰীড়া / দেশৰ সন্মানীয় ৬৫ সংখ্যক বৰদলৈ ট্ৰফীত কলকাতাৰ মহমেদান স্পৰ্টিং ক্লাৱ চেম্পিয়ন

দেশৰ সন্মানীয় ৬৫ সংখ্যক বৰদলৈ ট্ৰফীত কলকাতাৰ মহমেদান স্পৰ্টিং ক্লাৱ চেম্পিয়ন

 

ষ্টাফৰিপৰ্টাৰ, ৮ নৱেম্বৰ,দেশৰ সন্মানীয় ৬৫ সংখ্যক বৰদলৈ ট্ৰফীত কলকাতাৰ মহমেদান স্পৰ্টিং ক্লাৱ চেম্পিয়ন হৈছে। মহমেদানে অইল দলক ৩-১ গ’লত পৰাস্ত কৰে। দুটাকৈ গলস্কৰ কৰা ফিলিপ এডজাহে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ সম্মান লাভ কৰে।

About Staff Reporter

চাব পাৰে

স্বৰ্ণকন্যা হিমা দাসক অৰ্জুন বঁটা প্ৰদান

ষ্টাফৰিপোৰ্টাৰ:  স্বৰ্ণকন্যা হিমা দাসক মংগল বাৰে অৰ্জুন বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *