Sunday , December 15 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / দেশ এৰি পলায়ন কৰিছে স্বয়ম্ভূ ভগৱান স্বামী নিত্যানন্দই

দেশ এৰি পলায়ন কৰিছে স্বয়ম্ভূ ভগৱান স্বামী নিত্যানন্দই

 

ষ্টাফৰিপৰ্টাৰ, ২১ নৱেম্বৰ :
দেশ এৰি পলায়ন কৰিছে স্বয়ম্ভূ ভগৱান স্বামী নিত্যানন্দই।আহমদাবাদত এটা গোচৰ ৰুজু হোৱাৰ পিছতে পলায়ন কৰিছে।।বিদেশলৈ পলায়ন কৰাৰ কথা স্বীকাৰ কৰিছে গুজৰাট আৰক্ষীয়ে। কৰ্ণাটকত এটা ধৰ্ষণৰ গোচৰ ৰুজু হোৱাৰ পিছতে পলায়ন কৰে। শিশুক বন্দী কৰি ভিক্ষা বৃত্তিত নিয়োজিত কৰাৰ অভিযোগতো গোচৰ ৰুজু কৰা হৈছে। স্বামী নিত্যানন্দৰ দুই সহযোগী প্ৰাণপ্ৰিয়া আৰু প্ৰিয়াত্বক গ্ৰেপ্তাৰ কৰা হৈছে ।

About Staff Reporter

চাব পাৰে

বিজেপিৰ মিছন হাণ্ড্ৰেড

    ষ্টাফৰিপৰ্টাৰ, ২৬ নৱেম্বৰ : বিজেপিৰ মিছন হাণ্ড্ৰেড। অকলেই বিজেপিয়ে পাব ৭০খনতকৈ অধিক আসন। …

Leave a Reply

Your email address will not be published. Required fields are marked *