Thursday , December 12 2019
শেহতীয়া খবৰ
Home / সাহিত্য / দেশ বিদেশ ফুৰাৰ আনন্দ” শীর্ষক গ্ৰন্থ উন্মোচন

দেশ বিদেশ ফুৰাৰ আনন্দ” শীর্ষক গ্ৰন্থ উন্মোচন

 

ষ্টাফ ৰিপোৰ্টাৰ।।।।।,,৮ ডিচেম্বৰ।।। লেখক দয়াল দাসৰ গ্ৰন্থ “দেশ বিদেশ ফুৰাৰ আনন্দ” শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। এই গ্ৰন্থখন উন্মোচন কৰে কে এম দেৱ চৌধুৰীয়ে।সভাত এম বি এ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড০ সুনীল কুমাৰ শইকীয়া,আৰু অৱসৰপ্ৰাপ্ত চি চি এফ আৰ চৌধুৰী উপস্থিত থাকে । ইন্দ্ৰজিত দত্তৰ পৌৰাহিতাত অনুষ্ঠিত সভাত অনুষ্ঠিতটি উপস্থিত থাকে কেইবাজনো বিশিষ্ট ব্যক্তি।

About Staff Reporter

চাব পাৰে

উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত পাঞ্চজন্য প্ৰিণ্টিং আৰু পাব্লিকেশ্বনৰ বিপনীত দেওবাৰে উন্মোচন …

Leave a Reply

Your email address will not be published. Required fields are marked *