Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / ধিক্কাৰ দিৱস”লৈ পূৰ্ণ সমৰ্থন প্ৰদেশ কংগ্ৰেছৰ

ধিক্কাৰ দিৱস”লৈ পূৰ্ণ সমৰ্থন প্ৰদেশ কংগ্ৰেছৰ

 

 

 

 

ষ্টাফৰিপৰ্টাৰ,৫ জানুৱাৰীঃ সচেতন নাগৰিক আৰু বিশিষ্ট বুদ্ধিজীৱীয়ে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আৰম্ভ কৰা “অসম বচাওক” আন্দোলনৰ অংশ হিচাপে ৭ জানুৱাৰীত আহ্বান জনোৱা “ধিক্কাৰ দিৱস”ৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। অসম চুক্তিৰ আত্মাক ধ্বংস কৰিবলৈ বিচৰা এই বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতাৰে ৰাজ্যজুৰি পালন কৰিবলগীয়া “ধিক্কাৰ দিৱস” সফল কৰি তুলিবলৈ কংগ্ৰেছ নেতা-কৰ্মীসকলক আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

About Staff Reporter

চাব পাৰে

আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি যাম — সৰ্বানন্দ সোণোৱাল

  ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, “আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি …

Leave a Reply

Your email address will not be published. Required fields are marked *