Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ধুবুৰীত নিষিদ্ধ প্লাষ্টিকৰ মোনা-পলিথিন

ধুবুৰীত নিষিদ্ধ প্লাষ্টিকৰ মোনা-পলিথিন

ষ্টাফৰিপোৰ্টাৰ, ২১আগষ্ট, ধুবুৰীত জিলা প্ৰশাসনে নিষিদ্ধ কৰিলে প্লাষ্টিকৰ মোনা, পলিথিন। প্লাষ্টিকৰ মোনা ব্যৱহাৰ, উত্পাদন, মজুতকৰণ আৰু বহন কৰাৰ ওপৰত নিষেধাজ্ঞা। পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে বাহাল থাকিব নিষেধাজ্ঞা।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *