Wednesday , June 19 2019
Home / আঞ্চলিক / নগাঁৱত প্ৰায় ৫ কোটি টকাৰ হেৰ’ইন জব্দ

নগাঁৱত প্ৰায় ৫ কোটি টকাৰ হেৰ’ইন জব্দ

 

ষ্টাফৰিপৰ্টাৰ, ২২ মে’: নগাঁৱত প্ৰায় ৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰা হৈছে। ভকত গাঁৱৰ ইক্ৰামুল নামৰ লোকজনৰ ঘৰত জব্দ কৰা হৈছে হেৰ’ইন খিনি। জুৰীয়াৰ বাহাৰুদ্দিন নামৰ এজন লোকক গ্ৰেপ্তাৰ।
বৰ্তমানেও পলাতক ইক্ৰামুল নামৰ লোকজন।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *