Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰীৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমন্ত দত্তৰ দেহাবসান

নলবাৰীৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমন্ত দত্তৰ দেহাবসান

নলবাৰীৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমন্ত দত্তৰ দেহাবসান।।

নলবাৰীৰ বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ তথা নলবাৰীৰ জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমন্ত দত্তৰ মৃত্যুত সমগ্ৰ নলবাৰীত গভীৰ শোকৰ ছাঁ পৰিছে।
নলবাৰীৰ চ’ক বজাৰ নিবাসী ৭১ বছৰীয়া প্ৰয়াত দত্তৰ নশ্বৰ দেহ বুধবাৰে শ্বহীদ ভৱন বাকৰিলৈ অনা হয় ।ইয়াত নলবাৰীৰ বিধায়ক অশোক শৰ্মা,নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী জিলা সাংবাদিক সন্থা, যুৱ ছাত্ৰ পৰিষদৰ লগতে অন্যান্য দল সমূহে ও শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *