Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / নাগৰিকত্ব আইন ৫৫ আৰু পাছপ’ৰ্ট আইনত কেন্দ্ৰীয় চৰকাৰে অনা সংশোধনী নিয়মসমূহক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

নাগৰিকত্ব আইন ৫৫ আৰু পাছপ’ৰ্ট আইনত কেন্দ্ৰীয় চৰকাৰে অনা সংশোধনী নিয়মসমূহক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

 

ষ্টাফৰিপৰ্টাৰ, ১৪ জানুৱাৰী, নাগৰিকত্ব আইন ৫৫ আৰু পাছপ’ৰ্ট আইনত কেন্দ্ৰীয় চৰকাৰে অনা সংশোধনী নিয়মসমূহক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। আইন সংশোধনী আইনবিৰোধী মঞ্চই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আৱেদন। ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হয়নে নহয়, সেই সময়লৈ অপেক্ষা কৰিবলৈ কৈ আবেদনখন স্থগিত ৰাখে উচ্চতম ন্যায়ালয়ে। ৰাজ্যসভাত বিধেয়কখন গৃহীত হয়নে নহয় সেই সিদ্ধান্ত হোৱাৰ পিছত আবেদনকাৰীক জনাবলৈ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

About Staff Reporter

চাব পাৰে

আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি যাম — সৰ্বানন্দ সোণোৱাল

  ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, “আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি …

Leave a Reply

Your email address will not be published. Required fields are marked *