Monday , June 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ সৰৱ জুবিন গাৰ্গ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ সৰৱ জুবিন গাৰ্গ

 

ষ্টাফৰিপৰ্টাৰ, ১৩ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ সৰৱ জুবিন গাৰ্গ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ লিখা পত্ৰৰ উত্তৰ নাপাই খৰ্গহস্ত জুবিন গাৰ্গ। মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰৰ উত্তৰ এতিয়ালৈকে কিয় পোৱা নাই বুলি টুইটাৰত প্ৰশ্ন কৰিলে জুবিনে। লগতে ২০১৬ত বিজেপিৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ গীত গাই পোৱা ধন ঘূৰাই দিব বুলিও টুইটাৰত উল্লেখ কৰিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

About Staff Reporter

চাব পাৰে

এন আৰ চি ৰ কৰ্মীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া আভিজিত শৰ্মাৰ

  ষ্টাফৰিপৰ্টাৰ, ১৫ জুন,এন আৰ চি ৰ কৰ্মীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আভিজিত শৰ্মাই। …

Leave a Reply

Your email address will not be published. Required fields are marked *